January 7, 2025 9:02 PM January 7, 2025 9:02 PM

views 8

দুদিনীয়া অসম ভ্রমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হ’ব কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডা

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জগত প্রকাশ নাড্ডা দুদিনীয়া অসম ভ্রমণসূচীৰে আজি নিশা গুৱাহাটীত উপস্থিত হ'ব। নিশাটো তেওঁ গুৱাহাটীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটোৱাৰ পাছত কাইলৈ পুৱা তেজপুৰলৈ যাত্ৰা কৰিব৷ ইয়াৰ পাছত তেওঁ দুপৰীয়া মঙলদৈলৈ আহিব আৰু দিনৰ ১২ বজাত মঙলদৈ অসামৰিক চিকিৎসালয়ত নির্মাণ কৰিবলগীয়া ক্রিটিকেল কেয়াৰ ইউনিটৰ আধাৰশিলা স্থাপন কৰিব। আমাৰ মঙলদৈৰ সংবাদদাতাই জনোৱা মতে প্রধানমন্ত্রী আয়ুস্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত ২৩ কোটি ৭৫ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া এই ক্রিটি...

September 20, 2024 8:00 PM September 20, 2024 8:00 PM

views 25

চৰকাৰে দেশলৈ কাৰ্যক্ষমতা আৰু দায়বদ্ধতা অনাৰ লগতে সম্পূৰ্ণ লক্ষ্যত উপনীত হৈছে : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই আজি দৃঢ়তাৰে কয় যে এন ডি এ চৰকাৰে দেশলৈ কাৰ্যক্ষমতা আৰু দায়বদ্ধতা অনাৰ লগতে সম্পূৰ্ণ লক্ষ্যত উপনীত হৈছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত মন্ত্ৰ্যালয়ৰ সফলতাৰ বিষয়ে অৱগত কৰি শ্ৰী নাড্ডাই কয় যে চৰকাৰে আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা সম্প্ৰসাৰণৰ বাবে এটা উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰিছে। এই আঁচনি যোগে ৭০ বছৰৰ ঊৰ্ধৰ সকলো নাগৰিককে বিনামূলীয়া স্বাস্থ্য বীমাৰ অধীনত ৫ লাখ টকালৈকে বীমা প্ৰদান কৰা হ'ব। এই আঁচনিৰ অধীনত মুঠ ৬ কোটি জ্যেষ্ঠ নাগৰ...