April 17, 2024 6:04 PM

views 54

ম্যানমাৰৰ কাৰাৰূদ্ধ নেত্ৰী আং চান চ্যু ছীক গৃহবন্দিত্বৰ পৰা মুক্তি

ম্যানমাৰৰ কাৰাৰূদ্ধ নেত্ৰী আং চান চ্যু ছীক স্বাস্থ্যজনিত কাৰণত গৃহবন্দিত্বৰ পৰা মুক্তি দিয়া হৈছে। দেশখনৰ সামৰিক চৰকাৰে প্ৰকাশ কৰা মতে সম্প্ৰতি চলি থকা উষ্ণ প্ৰৱাহৰ পৰিপ্ৰেক্ষিতত নেত্ৰীগৰাকীক মুক্তিদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰচণ্ড উষ্ণতাৰ প্ৰতি লক্ষ্য ৰাখি দেশখনৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী চ্যু কীৰ লগতে প্ৰাক্তন ৰাষ্ট্ৰপতি ৱিন মিণ্ট আৰু আন কেই গৰাকীমান বয়োজ্যেষ্ঠ ব্যক্তি সম্প্ৰতি বন্দিত্বৰ পৰা মুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে। দেশখনৰ সামৰিক বিভাগৰ এগৰাকী মুখপাত্রই কালি বিদেশৰ সংবাদ মাধ্যমৰ প্...