ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 4, 2025 7:08 PM

view-eye 2

ম্যানমাৰৰ স্বাধীনতা দিৱস উপলক্ষে ১৮০জন বিদেশী লোক, প্ৰায় ৬ হাজাৰ কয়দীক মুকলি

ম্যানমাৰৰ স্বাধীনতা দিৱস উপলক্ষে দেশখনৰ সামৰিক চৰকাৰে ক্ষমাদান ব্যৱস্থাৰ অংশস্বৰূপে ১৮০জন বিদেশী লোককে ধৰি প্ৰায় ৬ হাজাৰ কয়দীক মুকলি কৰি দিব। ইয়াৰ উপৰি গণ ক্ষমাদান ব্যৱস্থাৰ অংশ হিচ...