March 31, 2025 11:26 AM

views 16

ম্যানমাৰৰ ভূমিকম্প বৃহৎ দুৰ্যোগ : বিশ্ব স্বাস্থ্য সংস্থা

বিশ্ব স্বাস্থ্য সংস্থাই ম্যানমাৰৰ ভূমিকম্পক এক বৃহৎ দুৰ্যোগ বুলি আখ্যা দিয়াৰ লগতে এই দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ ৮ মিলিয়ন আমেৰিকান ডলাৰৰ প্ৰয়োজন আছে বুলি প্ৰকাশ কৰে। সংস্থাটোৱে জনোৱা অনুসৰি দেশখনত শৈল্য চিকিৎসাৰ সীমিত সামৰ্থৰ বাবে সংক্ৰমণৰ আশংকা বৃদ্ধি পাইছে। ভূমিকম্পৰ পাছত দেশখনত নানা ধৰণৰ বেমাৰৰ বৃদ্ধি পাব বুলিও সংস্থাটোৱে শংকা প্রকাশ কৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, যোৱা শুকুৰবাৰে ম্যানমাৰৰ মাণ্ডালয় চহৰত ৭ দশমিক ৭ প্রাবল্যৰ আৰু ৬ দশমিক ৭ প্রাবল্যৰ ওপৰা-উপৰিকৈ অহা দুটাকৈ ভূমিকম্পই দ...