August 12, 2025 12:40 PM

views 16

মাই গভ প’ৰ্টেলৰ স্বাধীনতা দিৱসৰ প্রতিযোগিতাত ছাত্ৰ-ছাত্ৰীৰ অংশগ্রহণ নিশ্চিত কৰিবলৈ জিলাসমূহৰ প্ৰাথমিক বিষয়ালৈ প্ৰাথমিক শিক্ষা সঞ্চালকৰ পত্ৰ

কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰ্যালয়ৰ নিৰ্দেশনা অনুসৰি মাই গভ প'ৰ্টেলে স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা বিভিন্ন প্রতিযোগিতাত ছাত্ৰ-ছাত্ৰীৰ সৰ্বাধিক অংশগ্রহণ নিশ্চিত কৰিবলৈ ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকে জিলাসমূহৰ প্ৰাথমিক বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে প্ৰেৰণ কৰা পত্ৰখনত এই দিৱস উপলক্ষে ৰচনা, চিত্রাংকন, ৰীল প্ৰতিযোগিতা, কুইজকে ধৰি বিভিন্ন প্ৰতিযোগিতা আয়োজনৰ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দেশৰ প্ৰতি সজাগতা, দেশাত্মব...