June 7, 2025 8:02 PM

views 37

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ পাৰস্পৰিক বুজাবুজিৰে বদলিৰ তালিকা পোৰ্টেলযোগে মুকলি

 ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ পাৰস্পৰিক বুজাবুজিৰে বদলিৰ তালিকা পোৰ্টেলযোগে আজি মুকলি কৰা হয়। স্বাগত সতীৰ্থ পোৰ্টেলৰ জৰিয়তে ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে এই সুবিধা লাভ কৰিছে। জনতা ভৱনৰ লোক সেৱা ভৱনত এটা বিশেষ অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰীয়ে পাৰস্পৰিক বুজাবুজিৰ তালিকা পোৰ্টেলযোগে মুকলি কৰে। পোৰ্টেলত উপলব্ধ নির্দেশ ডাউনলোড কৰি কৰ্মচাৰীয়ে নতুন কর্মস্থানত যোগ দিব পাৰিব। এই পোৰ্টেলযোগে ৯ হাজাৰ ৪ গৰাকী কৰ্মচাৰীৰ পাৰস্পৰিক বুজাবুজিৰে বদলি হ'ব। পোৰ্টেলযোগে জনোৱা আবেদনৰ ৪ হাজাৰ ৫০০খন আবে...

December 28, 2024 11:27 AM

views 28

পহিলা জানুৱাৰীৰ পৰা পাৰস্পৰিক বদলিকৰণৰ বাবে পোর্টেল মুকলি

পহিলা জানুৱাৰীৰ পৰা পাৰস্পৰিক বদলিকৰণৰ বাবে পোর্টেল মুকলি হ'ব। এই পোৰ্টেল পহিলা জানুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ খোলা থাকিব। এই সময়ছোৱাতে আবেদন দাখিল, আবেদনৰ সত্যাসত্য নিৰূপনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব আৰু তাৰ পাছত আবেদনসমূহ স্বয়ংক্রিয়ভাৱে পোৰ্টেলত পাৰস্পৰিক বদলিকৰণৰ বাবে মুকলি কৰি দিয়া হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে এই পোৰ্টেলত আবেদন কৰাৰ পাছত একে বিভাগৰ আৰু একেই পে' স্কেলৰ কৰ্মচাৰীৰ মাজত বদলিকৰণৰ প্ৰচেষ...