November 3, 2025 12:56 PM November 3, 2025 12:56 PM
15
৬৭ সংখ্যক আকাশবাণী সংগীত সম্মিলন আৰম্ভ
দিল্লী, মুম্বাই আৰু চেন্নাইত সংগীত সমাৰোহেৰে ৬৭ সংখ্যক আকাশবাণী সংগীত সম্মিলন কালি আৰম্ভ হৈছে। প্ৰচাৰ ভাৰতীয়ে সংস্কৃতি মন্ত্ৰ্যালয়ৰ সহযোগত এই সম্মিলনৰ আয়োজন কৰিছে। নতুন দিল্লীৰ আকাশবাণী ৰং ভৱনত বাঁহীবাদক পণ্ডিত ৰাকেশ চৌৰাছিয়া আৰু মাৰাঠী লোকশিল্পী নন্দেছ উমাপ আৰু তেওঁৰ দলে আকর্ষণীয় অনুষ্ঠান পৰিৱেশন কৰে। অনুষ্ঠানত প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নবনীত কুমাৰ ছেহগাল আৰু আকাশবাণীৰ সঞ্চালক প্রধান ৰাজীৱ কুমাৰ জৈন উপস্থিত থাকে। দেশৰ মুঠ ২৪ খন চহৰত আকাশবাণী সংগীত সম্মিলন অনুষ্ঠিত কৰা হ'ব। মাহজোৰা এই কাৰ্যসূচীত দেশ...