April 6, 2025 12:24 PM

views 36

অহা ২৪ এপ্ৰিলত অসমলৈ আহিব ৰাষ্ট্ৰীপতি দ্রৌপদী মুর্মু

ৰাষ্ট্ৰীপতি শ্ৰীমতী দ্রৌপদী মুর্মু অহা ২৪ এপ্ৰিলত দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। তেওঁ ২৪ এপ্ৰিলত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানত অংশ ল'ব। ইয়াৰ পাছত ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত ভাগ ল'ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি জনতা ভৱন চৌহদৰ লোকসেৱা ভৱনত ৰাষ্ট্ৰপতিগৰাকীৰ আসন্ন ভ্ৰমণৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়া আৰু গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে ব...