November 11, 2025 11:53 AM
27
দিল্লীত সংঘটিত বোমা বিস্ফোৰণত নিহতসকলৰ পৰিয়াললৈ সমবেদনা, আহতসকলৰ আশুআৰোগ্য কামনা ৰাষ্ট্রপতি দ্ৰৌপদী মুৰ্মুৰ
দিল্লীৰ লালকিল্লাৰ সমীপত কালি সন্ধিয়া সংঘটিত এটা শক্তিশালী বোমা বিস্ফোৰণৰ ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ প্ৰতি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সমবেদনা প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে এই ঘটনাত আঘাতপ্রাপ্ত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ড০ এল মুৰুগানে এই বোমা বিস্ফোৰণত জীৱন হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা প্রকাশ কৰিছে। তেওঁ লগতে হাস্পতালত চিকিৎসাধীন হৈ থকা আহত লোকসকলৰ আশু আৰো...