June 10, 2024 12:03 PM

views 20

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপতগ্রহণত অংশগ্ৰহণ কৰা চুবুৰীয়া ৰাষ্ট্ৰৰ নেতাসকলৰ সন্মানাৰ্থে ৰাষ্ট্ৰপতিৰ নৈশ ভোজৰ আয়োজন

ৰাষ্ট্ৰপতি ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপতগ্রহণ অনুষ্ঠানত অংশগ্ৰহণ কৰা চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ নেতাসকলৰ সন্মানাৰ্থে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কালি এটা নৈশ ভোজৰ আয়োজন কৰে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰাণিল বিক্ৰেমেসিংঘে, মালদ্বীপৰ ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জু, চিচিলিৰ উপ-ৰাষ্ট্ৰপতি আহমেদ আফিফ, বাংলাদেশৰ প্রধানমন্ত্ৰী শ্বেখ হাচিনা, মৰিছাচৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ কুমাৰ জুগনৌথ, নেপালৰ প্ৰধানমন্ত্রী পুষ্প কমল দাহাল প্রচণ্ড আৰু ভূটানৰ প্ৰধানমন্ত্ৰী চাৰিং টবগেই অনুষ্ঠানত উপস্থিত থাকে। ৰাষ্ট্ৰপ...