December 16, 2024 12:25 PM

views 17

ছৈয়দ মুস্তাক আলি ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতাত মুম্বাইৰ চূড়ান্ত বিজয়ৰ খিতাপ দখল

মুম্বায়ে ছৈয়দ মুস্তাক আলি ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতাত চূড়ান্ত বিজয়ৰ খিতাপ দখল কৰিছে। বেংগালুৰুৰ এম ছিন্নস্বামী ষ্টেডিয়ামত কালি অনুষ্ঠিত ফাইনেল খেলত মুম্বায়ে, মধ্যপ্রদেশক ৫ উইকেটত পৰাস্ত কৰে।