July 26, 2024 5:47 PM

views 26

মুম্বাইত বতৰ স্বাভাৱিক অৱস্থালৈ অহাৰ পৰিপ্ৰেক্ষিতত মুম্বাইবাসীৰ সকাহ লাভ

ধাৰাষাৰ বৰষুণৰ পাছত মুম্বাইত বতৰ স্বাভাৱিক অৱস্থালৈ অহাৰ পৰিপ্ৰেক্ষিতত আজি মুম্বাইবাসীয়ে সকাহ লাভ কৰিছে। মহানগৰীৰ দৈনন্দিন জীৱনযাত্ৰা পুনৰ স্বাভাৱিক হৈ পৰিছে। সেয়েহে মহানগৰৰ পৌৰ নিগম এলেকাৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ আগৰ দৰে খোলা আছে। মুম্বাইৰ পৌৰ নিগম কৰ্তৃপক্ষই অভিভাৱকসকলক শৈক্ষিক প্ৰতিষ্ঠানসমূহ বন্ধ হোৱা সংক্রান্তীয় কোনোধৰণৰ উৰা বাতৰিত ভোল নাযাবলৈ আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগত থাকিবলৈ আহ্বান জনাইছে। ইফালে মহাৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলত বৰষুণ অব্যাহত আছে। পুণে, ৰত্নাগ...