June 23, 2025 11:23 AM

views 15

সংসদ আৰু ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিধান পৰিষদৰ অনুমান সমিতিসমূহৰ ৰাষ্ট্ৰীয় সন্মিলন আজি মুম্বাইত আৰম্ভ

সংসদ আৰু ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিধান পৰিষদৰ অনুমান সমিতিসমূহৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন আজি মুম্বাইত আৰম্ভ হ'ব। এই সন্মিলনত প্ৰশাসনৰ দক্ষতা আৰু অৰ্থনৈতিক নিশ্চিতিৰ বাবে আনুমানিক বাজেটৰ পৰ্যালোচনা তথা এই দিশসমূহ চোৱাচিতা কৰাৰ ক্ষেত্ৰত সমিতিসমূহৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰা হ'ব। এই সমিতিৰ কাৰ্যকৰীকৰণৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি এই সন্মিলনৰ আয়োজন কৰা হৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশ এই সন্মিলনত উপস্থিত থাকিব। ইয়াৰোপৰি সংসদ তথা ৰাজ্য আৰু কেন্দ্ৰ...