January 15, 2026 8:24 PM

views 4

মুম্বাই পৌৰ নিগমৰ নিৰ্বাচনত ৪১.০৮ শতাংশ ভোটদান

আজি বিয়লি ৩.৩০ বজালৈ মুম্বাই পৌৰ নিগমৰ নিৰ্বাচনত ৪১.০৮ শতাংশ ভোটদান হয়। মহাৰাষ্ট্ৰৰ অন্যান্য পৌৰ নিগমসমূহতো একেধৰণৰ ধাৰা পৰিলক্ষিত হৈছে। পাৰভানীত ৫৬ শতাংশ ভোটগ্রহণ হোৱাৰ বিপৰীতে কলহাপুৰত বিয়লিলৈকে ৫১ শতাংশ ভোটদান হৈছে অহিল্যানগৰত ৪৮.৪৯ শতাংশ ভোটদান, ইচালকাৰঞ্জী আৰু জালনাত ৪৬ শতাংশকৈ আৰু নৱী মুম্বাইত ৪৫ শতাংশ ভোটদান হৈছে। লাটুৰ আৰু পানভেলত ৪৪ শতাংশ ভোটদানৰ বিপৰীতে আকোলাত ৪৩ শতাংশ ভোটদান হয়। সাংলি-মিৰাজত ভোটদানৰ হাৰ ৪২ শতাংশ হোৱাৰ বিপৰীতে থানে আৰু নন্দেদ ৱাঘলাত ৪১ শতাংশকৈ ভোটদান হয়। পিমপ্রি চিঞ্চৱ...