July 17, 2024 10:49 AM

views 18

সমগ্র দেশতে ধৰ্মীয় ৰীতি-নীতিৰে মহৰম পালন

সমগ্র দেশতে আজি ধৰ্মীয় ৰীতি-নীতিৰে মহৰম পালন কৰা হৈছে। কাৰবালাত সত্য আৰু ন্যায়ৰ বাবে প্ৰাণ আহুতি দিয়া পয়গম্বৰ মহম্মদৰ নাতি হজৰত ইমাম হুছেইন আৰু তেওঁৰ সহযোগীসকলৰ স্মৃতিত এই পৰ্ব পালন কৰা হয়। এই উপলক্ষে সমগ্র দেশতে তাজিয়া উলিওৱা হয়। কাৰবালাৰ শ্বহীদসকলৰ সর্বোচ্চ ত্যাগত আলোকপাত কৰি ধৰ্মীয় সভা আৰু মজনিছো আয়োজন কৰা হয়।