December 26, 2024 6:42 PM

views 11

এম টি বাসুদেৱন নায়াৰৰ মৃত্যুত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্রধানমন্ত্রীয়ে শোক প্রকাশ

কালি দেহাৱসান ঘটা মালায়ালয়ম ভাষাৰ প্ৰখ্যাত লেখক আৰু ছবি নিৰ্মাতা এম টি বাসুদেৱন নায়াৰৰ অন্ত্যেষ্টিক্রিয়া আজি বিয়লি কেৰালাৰ কোজিকড়ৰ মান্ডু ৰোড শ্মশানত সম্পন্ন কৰা হ'ব। আজি কেৰালাৰ মুখ্যমন্ত্রী পিনাৰায় বিজয়ন, বিশিষ্ট অভিনেতা মোহনলাল, চলচ্চিত্র নির্মাতা হৰিহৰণ আৰু লেখক এম এন কাৰাছেৰী আদি ভালেসংখ্যক ব্যক্তি আৰু সংগঠনে তেওঁৰ নশ্বৰ দেহত শেষ শ্রদ্ধা নিবেদন কৰে। জ্ঞানপীঠ, সাহিত্য একাডেমী, পদ্মভূষণ আদি বিভিন্ন উপাধিৰে সন্মানিত এম টি বাসুদেৱন নায়াৰৰ উল্লেখযোগ্য সাহিত্য কীৰ্তিৰ ভিতৰত আছে নগ্লুকেল্...