August 24, 2024 9:15 PM

views 21

লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগে কর্মসংস্থাপনৰ সুযোগ প্ৰদান কৰি ৰাষ্ট্ৰ নিৰ্মাণত অৱদান আগবঢ়াই আহিছেঃ পীয়ুষ গোৱেল

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কৈছে যে লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে কোটি কোটি লোকক কর্মসংস্থাপন সুযোগ আৰু বৃহৎ উদ্যোগসমূহক গুৰুত্বপূৰ্ণ যোগান শৃংখলা প্ৰদান কৰি ৰাষ্ট্ৰ নিৰ্মাণত অৱদান আগবঢ়াই আহিছে। নতুন দিল্লীত আজি দশম ভাৰত আন্তঃৰাষ্ট্ৰীয় লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ ষ্টার্টআপ প্রদর্শনী আৰু সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰী গোৱেলে কয় যে লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে বৃহৎ উদ্যোগ আৰু কোম্পানীসমূহৰ বাবে যোগানকাৰী আৰু উপভোক্তা হিচাপে কাম কৰে। লঘু, ...