January 31, 2025 8:15 PM

views 15

মৃণাল কুদ্দুছক প্ৰহাৰ কৰাৰ ঘটনা সন্দৰ্ভত হাতীগাঁও আৰক্ষীৰ দুজন অভিযুক্তক গ্ৰেপ্তাৰ

গুৱাহাটীৰ এটা ব্যক্তিগত বৈদ্যুতিন চেনেলৰ সাংবাদিক মৃণাল কুদ্দুছক প্ৰহাৰ কৰাৰ ঘটনা সন্দৰ্ভত হাতীগাঁও আৰক্ষীয়ে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। ভুক্তভোগী সাংবাদিকগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে খাইৰুল ইছলাম আৰু বিকি আহমেদক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে, সাংবাদিক আক্ৰমণৰ ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছতে অভিযুক্ত বিকি আহমেদে কালি নিশা হাতীগাঁও থানাত আত্মসমৰ্পণ কৰে। ইয়াৰ পিছতে আজি দুই অভিযুক্তক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ...