June 13, 2025 8:00 PM

views 20

ধুবুৰীৰ সাম্প্ৰতিক পৰিস্থিতিক কঠোৰ হাতেৰে দমন কৰিবলৈ জিলা প্ৰশাসনৰ প্ৰতি সাংসদ ৰকিবুল হুছেইনৰ আহ্বান

ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে ধুবুৰীৰ সাম্প্ৰতিক পৰিস্থিতিক কঠোৰ হাতেৰে দমন কৰিবলৈ জিলা প্ৰশাসনৰ প্ৰতি আহ্বান জনাইছে। সাম্প্ৰতিক ঘটনাৱলীৰ সৈতে যি চক্রই জড়িত নাথাকক কিয় সেইসকলক বিচাৰি উলিয়াই কঠোৰ শাস্তি বিহিব লাগিব বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে। এই ক্ষেত্ৰত প্রশাসনক সহায়-সহযোগ কৰিবলৈ তেওঁ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। সাংসদ হুছেইনে কালি ধুবুৰী আৱৰ্ত ভৱনত জিলাখনত সাংসদ পুঁজিৰ ধনেৰে নিৰ্মিত কাম-কাজৰ পর্যালোচনা কৰে। তেওঁ জিলাখনৰ খহনীয়া প্ৰতিৰোধ আৰু বান নিয়ন্ত্ৰণ কৰাৰ লগতে সমগ্ৰ অ...