April 6, 2024 12:12 PM

views 24

মধ্যপ্রদেশত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৯৩খন মনোনয়ন পত্র বৈধ বিবেচিত, ১৬খন বাতিল

মধ্যপ্রদেশত দ্বিতীয় পৰ্যায়ত হ'বলগীয়া ৭খন আসনৰ বাবে মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ অন্তত ৯৩খন মনোনয়ন পত্র বৈধ বিবেচিত হৈছে। পৰীক্ষাৰ পাছত ১৬খন মনোনয়ন পত্র বাতিল কৰা হয়। দ্বিতীয় পৰ্যায়ৰ বাবে অহা সোমবাৰ হৈছে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। ইপিনে ৰাজ্যখনৰ নির্বাচনী প্ৰচাৰ ক্ৰমাৎ তুংগত উঠা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙে আজি মধ্যপ্ৰদেশৰ চিংগ্ৰাউলী আৰু চিধিত জনসভাত ভাষণ দিব। বিজেপিয়ে দলৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি ৬৫ হাজাৰৰো অধিক ভোটগ্রহণ কেন্দ্ৰত একে সময়তে বিভিন্ন ...