June 3, 2024 5:51 PM

views 28

মধ্যপ্ৰদেশৰ ৰাজস্থান-ৰাজগড় সীমান্তত সংঘটিত এটা পথ দুৰ্ঘটনাত ১৩ জন লোকৰ মৃত্যু

মধ্যপ্ৰদেশৰ ৰাজস্থান-ৰাজগড় সীমান্তত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত ১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫ জন লোক আঘাতপ্রাপ্ত হৈছে। ইয়াৰে দুজন লোকৰ অৱস্থা সংকটজনক হৈ আছে। আঘাতপ্রাপ্তসকলক ইতিমধ্যে হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ৰাজগড়ৰ আয়ুক্ত হর্ষ দীক্ষিতে সংবাদমাধ্যমত জনাইছে যে, বিবাহ উৎসৱত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেৰে ৰাজস্থানৰ পৰা এখন ট্ৰেক্টৰেৰে মধ্যপ্ৰদেশলৈ আহি থকাৰ সময়তেই ট্ৰেক্টৰখন পথৰ দাঁতিত বাগৰি যোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডº মোহন যাদৱে কৈছে যে, ৰাজ্য চৰকাৰে ৰাজস্থান চ...