January 7, 2026 12:36 PM January 7, 2026 12:36 PM
4
এফ আই টি টি, আই আই টি দিল্লীৰ সৈতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ বুজাবুজি চুক্তিত স্বাক্ষৰ
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ অধীনৰ ষ্টাৰ্টআপ উদ্যম WAVE X-এ উদ্ভাৱন, ইনকুবেচন অর্থাৎ অনুকুল পৰিৱেশত বীজাণুৰ বিকাশ ঘটোৱা কাৰ্য, সংবাদ মাধ্যম, মনোৰঞ্জন, সম্প্ৰচাৰ আৰু যোগাযোগ প্রযুক্তি খণ্ডত উদ্যমিতা আদি শক্তিশালী কৰাৰ উদ্দেশ্যে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে । ফাউণ্ডেচন ফৰ ইন’ভেচন এণ্ড টেকন'ল’জী ট্রান্সফাৰ চমুকৈ এফ আই টি টি, আই আই টি দিল্লীৰ সৈতে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয়। এই চুক্তি স্বাক্ষৰৰ সময়ত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ সচিব সঞ্জয় জাজু উপস্থিত আছিল। এই উপলক্ষে দিয়...