May 18, 2025 7:09 PM

views 20

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত ৰাজ্য চৰকাৰ আৰু বিনিয়োগকাৰীসকলৰ মাজত ২২,৮৯৯ কোটি টকাৰ চুক্তিৰ বিনিময় সম্পন্ন

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিনিয়োগ আৰু বিকাশৰ চুক্তিপত্র বিনিময় অনুষ্ঠান ৰূপায়ণ হয়। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৰূপায়ণ হোৱা এই অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, উদ্যোগ মন্ত্ৰী বিমল বৰা সহ ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াসকলৰ লগতে বিনিয়োগকাৰীসকল উপস্থিত থাকে। এই অনুষ্ঠানতে ৰাজ্য চৰকাৰ আৰু বিনিয়োগকাৰীসকলৰ মাজত ২২,৮৯৯ কোটি টকাৰ চুক্তিৰ বিনিময় সম্পন্ন হয়। এই বিনিয়োগৰ দ্বাৰা ৰাজ্যত প্ৰায় ছহেজাৰ ...