May 11, 2025 7:48 PM

views 35

পৰিয়াল আৰু সমাজলৈ মাতৃসকলৰ অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন

পৰিয়াল আৰু সমাজলৈ মাতৃসকলে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন কৰা হৈছে। প্ৰতি বছৰৰ মে'ৰ দ্বিতীয়টো দেওবাৰে এই দিৱস উদযাপন কৰা হয় ৷ এই দিৱসৰ জৰিয়তে পৰিয়ালৰ প্ৰতি থকা ভালপোৱা, যত্ন আৰু ত্যাগৰ বাবে মাতৃগৰাকীক সন্মান জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰা হয়৷ অসমতো আজি এই দিৱস উপলক্ষে মাতৃসকলক সন্মান জনায় অনুস্থানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মাতৃ দিৱস উপলক্ষে দিয়া বাৰ্তাত প্ৰতিগৰাকী মাতৃলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ কয় যে অসম প্ৰতিগ...

May 11, 2025 7:23 PM

views 33

মে’ মাহৰ দ্বিতীয়টো দেওবাৰ বিশ্বজুৰি মাতৃ দিৱস হিচাপে উদযাপন কৰা হৈছে

আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন কৰা হৈছে। প্ৰতি বছৰৰ মে'ৰ দ্বিতীয়টো দেওবাৰত এই দিৱস উদযাপন কৰা হয় ৷ এই দিৱসৰ জৰিয়তে পৰিয়ালৰ প্ৰতি থকা ভালপোৱা, যত্ন আৰু ত্যাগৰ বাবে মাতৃগৰাকীক প্ৰশংসা কৰাৰ লগতে কৃতজ্ঞতা জনোৱা হয়। নাগালেণ্ডত এই দিৱস উপলক্ষে গীর্জাসমূহত মাতৃক সন্মান প্ৰদৰ্শনৰ বাবে বিশেষ কাৰ্যসূচী আয়োজন কৰা হৈছে। মাতৃক বিশেষ সন্মান জনোৱাৰ অৰ্থে পৰিয়ালসমূহ একেলগ হৈ বিভিন্ন প্ৰকাৰৰ খাদ্য প্ৰস্তুত কৰাৰ লগতে মাতৃসকলক উপহাৰ প্ৰদান কৰা হয়। তদুপৰি মাতৃৰ লগতে পৰিয়ালৰ আন সকলৰ সু-স্বাস্থ্য আৰু মংগলৰ অ...

May 12, 2024 6:37 PM

views 40

বিশ্বজুৰি মে’ মাহৰ দ্বিতীয়টো দেওবাৰটো মাতৃ দিৱস হিচাপে পালন

বিশ্বজুৰি আজি মাতৃ দিৱস পালন কৰা হৈছে। প্ৰতিবছৰে মে' মাহৰ দ্বিতীয়টো দেওবাৰত এই মাতৃ দিৱস পালন কৰা হয় । নাগালেণ্ডত শলাগ আৰু কৃতজ্ঞতাৰে মাতৃ দিৱস উদযাপন কৰা হয়। সকলো বয়সৰ লোকে মাতৃৰ প্ৰতি স্নেহ আৰু সন্মান প্ৰদৰ্শন কৰে। লগতে গীৰ্জাঘৰ সমূহত মাতৃ দিৱস উপলক্ষে বিশেষ সেৱা প্ৰদান কৰে। সকলো মাতৃকে মাতৃ দিৱসৰ শুভেচ্ছা জনাই নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই কয় যে মাতৃত্ব ঈশ্বৰ প্ৰদত্ত উপহাৰ, য'ত স্নেহ, আশীৰ্বাদ আৰু অন্তহীন ত্যাগ বৰ্তি আছে। পৰিয়াল আৰু সমাজৰ বাবে মাতৃসকল বহনক্ষম শক্তি বুলি উল্লেখ কৰ...