August 20, 2024 11:35 AM

views 25

আজি বিশ্ব মহ দিৱস

আজি বিশ্ব মহ দিৱস। মহৰ কামোৰৰ ফলত বিভিন্ন বাহকজনিত ৰোগ যেনে- জাপানী এনচেফেলাইটিছ, ডেংগী, মেলেৰিয়া আদি হ'ব পাৰে। সেয়েহে মহৰ প্ৰজনন ৰোধ কৰিবলৈ আৰু নিজকে সুৰক্ষিত ৰাখিবলৈ এই দিৱস পালন কৰা হয়। বিশ্ব মহ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে মহৰ কামোৰৰ পৰা সুৰক্ষিত থাকিবলৈ বিভিন্ন ব্যৱস্থা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে। মহৰ প্ৰজনন ৰোধ কৰিবলৈ ঘৰৰ আশে-পাশে পানী জমা হৈ থাকিবলৈ নিদিয়া, শোৱাৰ সময়ত আনকি দিনতো সদায় আঁঠুৱা ব্যৱহাৰ কৰা, সম্পূৰ্ণ শৰীৰ ঢাকি ৰাখি বস্ত্ৰ পৰিধান কৰা আৰু বয়স অনুযায়ী ব...