October 19, 2024 7:07 PM

views 12

বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আজি দুদিনীয়া ভ্রমণসূচীৰে ইণ্ডোনেছিয়ালৈ যাব

বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আজি দুদিনীয়া ভ্রমণসূচীৰে ইণ্ডোনেছিয়ালৈ যাব। তেওঁ কাইলৈ দেশখনৰ ৰাজধানী জাকার্টাত ৰাষ্ট্ৰপতি প্ৰবোৱো সুবিয়াণ্টো আৰু উপ-ৰাষ্ট্ৰপতি জিব্রান ৰাকাবুমিং ৰাকাৰ শপতগ্রহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ভাৰত আৰু ইণ্ডোনেছিয়াই এইবছৰ দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পর্ক স্থাপনৰ ৭৫ বছৰ আৰু ভাৰতৰ পূব এছিয়াৰ দেশসমূহক গুৰুত্ব প্ৰদানৰ এক্ট ইষ্ট নীতিৰ দশকপূৰ্তি উদযাপন কৰিছে। ইণ্ডোনেছিয়া এক্ট ইষ্ট নীতিৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ। বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে শপতগ্রহণ অনুষ্ঠানত শ্ৰীমাৰ...

October 18, 2024 12:00 PM

views 16

বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা দুদিনীয়া ভ্রমণসূচীৰে কাইলৈ ইণ্ডোনেছিয়ালৈ যাব

বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে ইণ্ডোনেছিয়ালৈ যাব। তেওঁ দেওবাৰে দেশখনৰ ৰাজধানী জাকার্টাত ৰাষ্ট্ৰপতি প্ৰবোৱো সুবিয়াণ্টো আৰু উপ-ৰাষ্ট্ৰপতি জিব্ৰান ৰাকাবুমিং ৰাকাৰ শপতগ্রহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ ভাৰত আৰু ইণ্ডোনেছিয়াই এই বছৰ দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পর্ক স্থাপনৰ ৭৫ বছৰ আৰু ভাৰতৰ পূব এছিয়াৰ দেশসমূহক গুৰুত্ব প্ৰদানৰ এক্ট ইষ্টৰ নীতিৰ এটা দশক সম্পূৰ্ণ হোৱাৰ উদযাপন কৰিছে। ইণ্ডোনেছিয়া এক্ট ইষ্টৰ নীতিৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ। বিদেশ মন্ত্রালয়ে কৈছে যে শপতগ্রহ...