January 2, 2026 9:11 PM January 2, 2026 9:11 PM
2
মৰিগাঁৱত তিৱা জনগোষ্ঠীৰ নায়ক বীৰ জোঙালবলহু আৰু মহান তিৱা নেতা ইন্দ্ৰ সিং দেউৰীৰ প্ৰতিমূৰ্তি উন্মোচন
তিৱা জনগোষ্ঠীৰ নায়ক বীৰ জোঙালবলহু আৰু মহান তিৱা নেতা ইন্দ্ৰ সিং দেউৰীৰ আজি প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। মৰিগাঁও জিলাৰ তিৱা পৰিষদৰ কাৰ্যালয়ৰ বাকৰিত স্থাপন কৰা এই প্ৰতিমূৰ্তি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উন্মোচন কৰে। প্ৰতিমূৰ্তি উন্মোচন কৰি ডাঃ পেগুৱে কয়, যে ৰাজ্যৰ স্বায়ত্ব পৰিষদসমূহে কেৱল উন্নয়নৰ ক্ষেত্ৰতে ব্যস্ত নাথাকি সংশ্লিষ্ট জনগোষ্ঠীটোৰ ভাষা-কৃষ্টি-সংস্কৃতি-পৰম্পৰা আৰু ঐতিহ্য সুৰক্ষাত অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব। স্বকীয় পৰিচয় সুৰক্ষিত কৰিব নোৱাৰিলে উন্নয়ন অর্থহীন হৈ ৰ'ব বুলিও তে...