April 19, 2025 7:55 PM April 19, 2025 7:55 PM

views 4

মৰিগাঁৱৰ ঐতিহাসিক শ্ৰীশ্ৰীনৰোৱা কুজি সত্ৰৰ ৩৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস

মৰিগাঁও জিলাৰ ঐতিহাসিক শ্ৰীশ্ৰীনৰোৱা কুজি সত্ৰৰ ৩৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বৃহস্পতিবাৰৰ পৰা ৫ দিনীয়াকৈ কাৰ্যসূচী লোৱা হৈছে। এই উপলক্ষে অবিৰত ভাগৱত পাঠ আৰু ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাত জিলাখনৰ ভালেসংখ্যক লোকে অংশগ্রহণ কৰে৷