August 11, 2025 7:36 PM

views 11

মৰিগাঁৱত সপ্তম অসম ৰাজ্যিক বিত্তীয় আয়োগৰ পর্যালোচনা বৈঠক

সপ্তম অসম ৰাজ্যিক বিত্তীয় আয়োগৰ এটা দলে আজি মৰিগাঁও জিলাত এখন পর্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত জিলাখনৰ সকলো পঞ্চায়তৰ প্ৰতিনিধিসকল উপস্থিত থাকে। প্রতিনিধিসকলে নিজ নিজ এলেকাৰ বিভিন্ন সমস্যা আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে আয়োগক অৱগত কৰে। আয়োগৰ প্ৰতিনিধিসকলে গ্রামোন্নয়ন, আন্তঃগাঁথনি, শিক্ষা, স্বাস্থ্য, খোৱাপানীৰ যোগান আৰু অন্যান্য জনকল্যাণমূলক বিষয় সন্দৰ্ভত মতামত আৰু উন্নয়নৰ বাবে পৰামৰ্শ আগবঢ়ায়। তদুপৰি সমস্যাসমূহ সমাধানৰ বাবে পুঁজিৰ সঠিক বিনিয়োগ আৰু পৰিকল্পিত ব্যৱহাৰত তেওঁলোকে গুৰুত্ব আ...