December 22, 2024 8:56 PM

views 12

মৰিগাঁৱত শ্ৰীশ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ ৩৮৬ সংখ্যক তিৰোভাৱ তিথি পালন

অসমীয়া গদ্য সাহিত্যৰ জনক শ্ৰীশ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ ৩৮৬ সংখ্যক তিৰোভাৱ তিথি আজি শ্ৰী দেৱদামোদৰ সংঘৰ উদ্যোগত মৰিগাঁৱত গদ্য সাহিত্য দিৱস হিচাপে পালন কৰা হয়। সংঘৰ মৰিগাঁও জিলাৰ সংঘাধিকাৰ পোৱাল চন্দ্ৰ গোস্বামীয়ে পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। পাছত শ্ৰীশ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ প্ৰতিচ্ছবিত মৰিগাঁও বৰ্ণসত্ৰৰ ডেকা সত্ৰাধিকাৰ পংকজ গোস্বামীয়ে মাল্যাৰ্পণ কৰে। দিনৰ ভাগত অসমীয়া গদ্য সাহিত্যৰ জনক শ্ৰীশ্ৰী ভট্টদেৱৰ সাহিত্যকৃতি শীর্ষক এখন আলোচনাচক্র কেন্দ্রীয় সংঘাধিকাৰ ...