September 6, 2025 10:10 PM
মৰিগাওঁ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত জিলা উন্নয়ন সমন্বয় আৰু পৰ্যৱেক্ষণ সমিতিৰ উদ্যোগত সভা
মৰিগাওঁ জিলাৰ আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত আজি জিলা উন্নয়ন সমন্বয় আৰু পৰ্যবেক্ষণ সমিতি DISHA ৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয়। স্থানীয় সাংসদ প্রদ্যুৎ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিল...