May 16, 2024 8:29 PM

views 39

মৰিগাঁৱৰ কেইবাখনো প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয় পৰিদৰ্শন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ

মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি জিলাখনৰ কেইবাখনো প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয় আকস্মিকভাৱে পৰিদৰ্শন কৰে৷ এই পৰিদৰ্শনকালত আয়ুক্তগৰাকীয়ে জিলাখনৰ সৰ্বশিক্ষা মিছনৰ কাৰিকৰী বিভাগৰ কৰ্মীসকলে কৰা বিত্তীয় অনিয়ম ধৰা পেলায়। আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰা মতে, জিলাখনৰ ৯০খন প্রাথমিক বিদ্যালয়ত চৰকাৰৰ তৰফৰ পৰা টেলিভিছন ছেট সংস্থাপনৰ বাবে ১৫ লাখ টকা আবণ্টন দিয়া হৈছিল যদিও জিলাখনৰ কোনো বিদ্যালয়তে এই টেলিভিছনসমূহ প্ৰদান কৰা হোৱা নাই বুলি আয়ুক্তগৰাকীয়ে আমাৰ সংবাদদাতাক জানিবলৈ দিয়ে। তদুপৰি ৰা...