June 1, 2025 9:13 PM
মৰিগাওঁ আৰক্ষীৰ সহযোগত পুডুচেৰী আৰক্ষীৰ লাহৰিঘাটৰ পৰা দুজন চাইবাৰ অপৰাধী কৰায়ত্ত
পুডুচেৰী আৰক্ষীয়ে আজি মৰিগাওঁ আৰক্ষীৰ সহযোগত জিলাখনৰ লাহৰিঘাটৰ পৰা চাইবাৰ অপৰাধত অভিযুক্ত দুজন লোকক কৰায়ত্ত কৰে। ধৃত লোক দুজন জিলাখনৰ গৰিয়াবৰী গাওঁৰ আববাছ আলী আৰু বৰালীমাৰী গৰিয়া গ...