December 27, 2024 11:30 AM

views 21

প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ বিয়োগত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, কংগ্ৰেছৰ সভাপতি, অসমৰ মুখ্যমন্ত্ৰীৰ শোকপ্ৰকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্রী অমিত শ্বাহ, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেকে ধৰি অন্যান্য কেন্দ্রীয় মন্ত্রী তথা বিভিন্ন দলৰ ৰাজনৈতিক নেতাসকলে ড০ মনমোহন সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোকবার্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয়, যে ড০ সিং সেইসকলক ৰাজনীতিবিদৰ মাজৰ এজন যিয়ে শিক্ষা আৰু প্ৰশাসন দুয়োটা ক্ষেত্ৰতে সমানেই কাম কৰিছিল। তেওঁ কয়, যে ভাৰতীয় অৰ্থনীতিৰ সংস্কাৰৰ ক্ষেত্ৰত প্...