October 5, 2025 12:11 PM
9
সংবাদ চলন্তিকাত আজি বৰ্তমান ৰাজ্যত বান্দৰ বিভীষিকাৰ বিষয়ে আলোকপাত
বৰ্তমান ৰাজ্যৰ এটা প্ৰধান সমস্যা হৈছে, বান্দৰ বিভীষিকা। উজনিৰ পৰা নামনিলৈ চহৰ-নগৰ সকলোতে বান্দৰৰ উপদ্ৰৱে জনতাক ত্রাহি মধুসুদন সোঁৱৰাইছে। কপিকুলে খেতি তহিলং কৰাৰ ফলস্বৰূপে জনতাৰ অৰ্থনীত...