April 27, 2024 5:31 PM April 27, 2024 5:31 PM
4
অসমৰ বিভিন্ন প্ৰান্তত ১৭৫কোটিতকৈ অধিক টকা মূল্যৰ সা-সামগ্ৰী তথা নগদ ধন জব্দ
অসমত লোকসভা নিৰ্বাচনৰ সূচী ঘোষণা হোৱাৰ পাছৰে পৰা নিৰ্বাচনী আচৰণবিধি উলংঘাৰ মুঠ ১৪১টা ঘটনা পোহৰলৈ আহিছে। ৰাজ্যত মুখ্য নির্বাচন বিষয়াৰ কাৰ্যালয়ৰ তথ্য অনুসৰি পৰহি ৯ বজালৈকে নির্বাচনী আচৰণবিধি উলংঘনৰ ১৪১টা অভিযোগ লাভ কৰা হৈছে। ইয়াৰে ১৩৬টা অভিযোগ ইতিমধ্যে নিষ্পত্তি কৰা হৈছে আৰু ৫টা অভিযোগ বিবেচনাধীন হৈ আছে। নির্বাচনী ব্যয় নিৰীক্ষণ প্ৰক্ৰিয়াৰ অংশ হিচাপে পৰিহি ৯ বজালৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ১৭৫কোটিতকৈ অধিক টকা মূল্যৰ সা-সামগ্ৰী তথা নগদ ধন জব্দ কৰা হৈছে। ৰাজ্যত বৰ্তমানলৈকে ১০৫ কোটি ৫০ লাখ টকা মূ...