September 8, 2024 7:41 PM September 8, 2024 7:41 PM
22
ট্রেডিঙৰ জৰিয়তে ধন লুণ্ঠনৰ গোচৰত গহপুৰৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ
ট্রেডিঙৰ নামৰ সাধাৰণ ৰাইজৰ ধন লুণ্ঠনৰ গোচৰত অপৰাধ অনুসন্ধান বিভাগে কালি বিশ্বনাথ জিলাৰ গহপুৰৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। অসম আৰক্ষীয়ে এটা বিবৃতিত প্ৰকাশ কৰিছে যে, এই দুই অভিযুক্তৰ বিৰুদ্ধে অপৰাধ অনুসন্ধান বিভাগে ইতিমধ্যে ভাৰতীয় ন্যায় সংহিতাৰ ভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে। উল্লেখযোগ্য যে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অনলাইন ট্রেডিং সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা হব বুলি প্ৰকাশ কৰাৰ পাছত এই ধৰণৰ গোচৰৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিত ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক স্বেজাল আগৰৱালা অ...