February 2, 2025 12:03 PM
লোক সংস্কৃতিৰ সাধক, নাগাৰা নামৰ শিল্পী বিজয় মেধিলৈ ২০২৫ বৰ্ষৰ মোহন ভাইৰা স্মাৰক বঁটা
লোক সংস্কৃতিৰ সাধক, নাগাৰা নামৰ শিল্পী বিজয় মেধিলৈ ২০২৫ বৰ্ষৰ মোহন ভাইৰা স্মাৰক বঁটা আগবঢ়োৱা হয়। সাহিত্য একাডেমী বঁটাপ্ৰাপক তথা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ...