November 17, 2025 6:15 PM

views 19

তিনিদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত আৰ এছ এছৰ মুৰব্বী ডাঃ মোহন ভাগৱত

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছৰ মুৰব্বী ডাঃ মোহন ভাগৱত আজি তিনিদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত হৈছে। বিয়লি আৰ এছ এছৰ মুৰববীগৰাকীয়ে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা গৈ সুদৰ্শনালয়ত উপস্থিত হয়। সংঘৰ শতবৰ্ষ পূৰ্ণ হোৱা উপলক্ষে ডাঃ ভাগৱতে সাংগঠনিক বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে কাইলৈ আৰু পৰহিলৈ সুদর্শনালয়ত বৌদ্ধিক মত-বিনিময় কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব। এই মত-বিনিময় অনুষ্ঠানলৈ ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট সাহিত্যিক, বুদ্ধিজীৱী তথা কাকত-আলোচনীৰ সম্পাদক আৰু উদ্যোগপতিকো আমন্ত্রণ জন...

October 2, 2025 7:06 PM

views 33

‘‘আনৰ ওপৰত নিৰ্ভৰশীলতাই যাতে দেশক বাধাগ্ৰস্ত নকৰে আৰু নিজৰ মতে কাম কৰিবলৈ দেশক সমৰ্থ কৰি তোলে’’-ড° মোহন ভাগৱত

● ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ, আৰ এছ এছৰ সংঘচালক ড° মোহন ভাগৱতে আজি কয়, যে ভাৰত আত্মনিৰ্ভৰ আৰু বিশ্ব সংহতিৰ দূত হ'বলৈ হ'লে দেশখনে নিশ্চিত কৰিব লাগিব যে আনৰ ওপৰত নিৰ্ভৰশীলতাই যাতে দেশক বাধাগ্ৰস্ত নকৰে আৰু নিজৰ মতে কাম কৰিবলৈ দেশক সমৰ্থ কৰি তোলে। স্বদেশী আৰু স্বাৱলম্বনৰ বিকল্প নাই বুলি উল্লেখ কৰি শ্রীভাগৱতে কয়, যে একেসময়তে দেশৱাসীয়ে আন্তর্জাতিক আৰু বাণিজ্য সম্পর্ক অটুত ৰাখিব লাগিব, কাৰণ কোনো দেশেই অকলশৰীয়াকৈ থাকিব নোৱাৰে । আৰ এছ এছৰ শতবৰ্ষ উদযাপন আৰু বিজয়া দশমী উৎসৱত অংশগ্ৰহণ কৰি ড° ভাগৱতে এই...

April 27, 2025 10:56 AM

views 20

অহিংসা ভাৰতৰ ধৰ্ম আৰু ইয়াৰ প্ৰমূল্যৰাজিৰ গুৰুত্বপূৰ্ণ অংশ যদিও অত্যাচাৰী আৰু উদণ্ডসকলক শিক্ষা দিয়াটোও ইয়াৰ ধৰ্মঃ মোহন ভাগৱত

অহিংসা ভাৰতৰ ধৰ্ম আৰু ইয়াৰ প্ৰমূল্যৰাজিৰ গুৰুত্বপূৰ্ণ অংশ যদিও অত্যাচাৰী আৰু উদণ্ডসকলক শিক্ষা দিয়াটোও ইয়াৰ ধৰ্ম বুলি আৰ এছ এছৰ মুৰববী মোহন ভাগৱতে মন্তব্য কৰিছে। নতুন দিল্লীত কালি দ্যা হিন্দু মেনিফেষ্টো নামৰ এখন গ্ৰন্থ উন্মোচন কৰি শ্ৰী ভাগৱতে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে ভাৰতে কেতিয়াও আনৰ ক্ষতি আৰু অসন্মান নকৰে কিন্তু কোনোবাই যদি বেয়া কৰিবলৈ সদায় তৎপৰ হৈ থাকে তেন্তে তাৰ কোনো নিৰাময় নাই। তেওঁ কয় যে অহিংসা ৰাষ্ট্ৰত নিহিত হৈ আছে। গীতায়ো অহিংসাৰ শিকনি দিয়ে যদিও অৰ্জুনেও যুদ্ধত ব্ৰতী হ'বল...

June 11, 2024 10:59 AM

views 20

সুস্থ গণতন্ত্ৰৰ বাবে শাসকীয় আৰু বিৰোধী দল সমানেই গুৰুত্বপূৰ্ণ : ড০ মোহন ভাগৱত

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৰসংঘচালক ডা০ মোহন ভাগৱতে কৈছে যে, এখন সুস্থ গণতন্ত্ৰৰ বাবে শাসকীয় আৰু বিৰোধী দল সমানেই গুৰুত্বপূৰ্ণ। নাগপুৰৰ ৰেছিমভাগত অনুষ্ঠিত কাৰ্যকৰ্তা বিকাশ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত ভাগ লৈ কালি তেওঁ ৰাজনীতি ঐক্য মতেৰে চলিব লাগে বুলি মন্তব্য কৰে। দেশৰ বৈচিত্ৰ্যত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে, বৈচিত্র্যৰ মাজত একতাই আমাৰ পৰিচয় আৰু আমি পাৰস্পৰিক ধৰ্মীয় আৱেগক সন্মান জনোৱা উচিত। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৯০০ৰো অধিক স্বেচ্ছাসেৱকৰ অংশগ্রহণেৰে যোৱা মাহত আৰম্ভ হোৱা সংঘৰ স্বেচ্ছাসেৱকস...