November 30, 2025 10:59 AM

views 24

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত ৰায়পুৰত আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শক সন্মিলন

ৰায়পুৰত অনুষ্ঠিত আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শক সন্মিলনৰ আজি সামৰণি পৰিব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলনৰ অধ্যক্ষতা কৰিছে। শ্ৰী মোদীয়ে সামাজিক মাধ্যম এক্স যোগে সন্মিলনৰ প্ৰথম দিনা দেশৰ সুৰক্ষা ব্যৱস্থাৰ বিভিন্ন দিশ সম্পর্কে বিশদভাৱে আলোচনা হোৱা বুলি প্ৰকাশ কৰিছে। এই সন্মিলন ৰাষ্ট্ৰীয় সুৰক্ষাৰ উত্তম পন্থা আৰু উদ্ভাৱন ভগাই লোৱাৰ গুৰুত্বপূৰ্ণ মঞ্চ বুলি তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে আজি বিশিষ্ট সেৱাৰ বাবে আগবঢ়োৱা ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকসমূহ প্ৰদান কৰিব। কেন্দ্ৰীয় গৃ...