May 29, 2025 3:17 PM May 29, 2025 3:17 PM

views 15

ছিকিমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ উন্নয়নৰ এটা উজ্জ্বল অধ্যায়ঃ প্রধানমন্ত্ৰী

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ উন্নয়নৰ এটা উজ্জ্বল অধ্যায় বুলি অভিহিত কৰিছে। ছিকিম ৰাজ্য প্ৰতিষ্ঠাৰ ৫০ বছৰ পূৰ হোৱা উপলক্ষে আয়োজিত অনুষ্ঠান ভার্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰি তেওঁ এইদৰে মত প্ৰকাশ কৰে। ছিকিমৰ ৫০ বছৰ : উদ্দেশ্য সাধনমূলক প্ৰগতি আৰু প্ৰকৃতিৰ সৈতে বিকাশ সন্দৰ্ভত আয়োজিত বিশেষ অনুষ্ঠানত অংশগ্রহণ কৰি তেওঁ এইদৰে কয়। উল্লেখযোগ্য যে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনৰ উদ্দেশ্যে ছিকিম, পশ্চিম বংগ আৰু বিহাৰ ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্রী মোদী আজি...

April 9, 2024 11:51 AM April 9, 2024 11:51 AM

views 14

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন নতুন ভাৰতৰ সর্ববৃহৎ সফলতাৰ কাহিনী হিচাপে চিহ্নিত হৈছেঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সম্প্রতি উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন নতুন ভাৰতৰ সর্ববৃহৎ সফলতাৰ কাহিনী হিচাপে চিহ্নিত হৈছে। তেওঁ লগতে কয় যে , যোৱা পাঁচ বছৰত অঞ্চলটোৰ উন্নয়নৰ বাবে কৰা বিনিয়োগ কংগ্ৰেছ চৰকাৰে তেওঁলোকৰ শাসনৰ সময়ত আবণ্টন দিয়া ধনৰ তুলনাত প্ৰায় চাৰিগুণ বেছি। এখন বাতৰি কাকতৰ সৈতে হোৱা সাক্ষাৎকাৰত প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে যোৱাটো দশকত অঞ্চলটোৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত যি ধৰণে উন্নয়ন হৈছে, সি উত্তৰ-পূবক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰিছে। তেওঁ কয় যে, মণিপুৰত দেশৰ প্রথমখন ক্রীড়া ...