April 9, 2024 11:43 AM

views 16

দেশত নক্সালবাদ সম্প্ৰতি দুৰ্বল হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, এন ডি এ চৰকাৰৰ ধাৰাবাহিক প্ৰচেষ্টাৰ বাবে কেৱল মহাৰাষ্ট্ৰতে নহয়, সমগ্র দেশতে নক্সালবাদ সম্প্ৰতি দুৰ্বল হৈ পৰিছে। নক্সালবাদৰ বাবে এসময়ত পৰিচিত গাড়াচিৰোলি বর্তমান তীখা উদ্যোগ আৰু উন্নয়নৰ বাবে জনাজাত হৈছে । চন্দ্ৰপুৰ আৰু গাড়াচিৰোলিৰ লোকসভা সমষ্টিৰ বিজেপি প্রার্থী দুগৰাকীৰ প্ৰচাৰৰ বাবে কালি চন্দ্ৰপুৰৰ মৰৱা বিমানবন্দৰ খেলপথাৰত আয়োজন কৰা এখন বিশাল জনসভাত অংশগ্ৰহণ কৰি শ্ৰীমোডীয়ে এইদৰে কয়। এই প্ৰচাৰ সভাত ৰাজ্যখনৰ মুখ্যমন্ত্রী একনাথ সিন্ধে তথা উপ-মুখ্যমন্ত্ৰী...