June 18, 2025 8:35 PM

views 33

যোগৰ ইতিহাস ভাৰতৰ প্ৰাচীন সভ্যতাৰ মাজত গভীৰভাৱে শিপাই আছে

সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে। চৰকাৰে যোৱা ১১ বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত লোৱা পদক্ষেপ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰি আহিছে। অহা ২১ জুনত সমগ্ৰ বিশ্বতে একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হ'ব। আজি আমি প্রাচীন ভাৰতীয় পৰম্পৰাৰ পৰা বিশ্বব্যাপী অভিযানলৈ যোগৰ বিৱৰ্তন সন্দৰ্ভত আলোকপাত কৰিবলৈ লৈছো ।  যোগৰ ইতিহাস ভাৰতৰ প্ৰাচীন সভ্যতাৰ মাজত গভীৰভাৱে শিপাই আছে। সিন্ধু-সৰস্বতী উপত্যকা সভ্যতাত যোগ আধ্যাত্মিক অনুশীলন হিচাপে আৰম্ভ হৈছিল আ...