September 19, 2024 8:55 PM

views 15

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ৰ পৰা ২৩ ছেপ্টেম্বৰলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ৰ পৰা ২৩ ছেপ্তেম্বৰলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিদেশ সচিব বিক্রম মিস্ত্রীয়ে কয় যে, ভ্রমণকালত প্রধানমন্ত্ৰীয়ে ভালেমান দ্বিপাক্ষিক আৰু বহুপাক্ষিক দিশক লৈ আলোচনা কৰিব। তেওঁ কয় যে, শ্রীমোদীয়ে ভ্রমণকালত কেইবাগৰাকীও বিদেশী নেতাৰ সৈতে বৈঠকত মিলিত হ'ব আৰু আমেৰিকাত বাস কৰা ভাৰতীয় নাগৰিকসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰীয়ে আগশাৰীৰ ব্যৱসায়ী আৰু উদ্যোগপতিৰ সৈতেও আলোচনাত মিলিত হ'ব বুলি বিদেশ সচিবগৰাকীয়ে প্ৰ...