September 20, 2024 6:24 PM

views 14

১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে চৰকাৰৰ মহিলা নেতৃত্বাধীন বিকাশৰ ক্ষেত্ৰত গুৰুত্ব

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ ১০০ দিন উপলক্ষে চৰকাৰে মহিলা নেতৃত্বাধীন বিকাশৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। সেই অনুসৰি মহিলাৰ দ্বাৰা ক্ৰয় কৰা সম্পত্তিৰ বাবে ষ্টাম্প শুল্ক কম কৰিবলৈ ৰাজ্যসমূহক উৎসাহ যোগোৱাৰ লগতে হোষ্টেল আৰু মহিলা নিৰ্ধাৰিত দক্ষতাৰ কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকৰ কৰ্মশক্তিৰ অংশগ্ৰহণত উদগনি যোগোৱা হৈছে। তদুপৰি পৰ্যটন খণ্ডত মহিলাসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ পৰ্যটন দিদি আৰু পৰ্যটন মিত্ৰ আদিৰ...