September 21, 2024 10:27 AM September 21, 2024 10:27 AM
3
কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ ঐতিহাসিক তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ
কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰে ঐতিহাসিক তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ কৰিছে। এই সময়ছোৱাত চৰকাৰে আন্তঃগাঁথনি কৃষক, মধ্যবিত্ত শ্রেণী, মহিলা তথা যুৱক-যুৱতীসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰি ১৫ লাখ কোটি টকাৰো অধিক ব্যয় সাপেক্ষ বহুতো প্ৰকল্প মুকলি কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে জীৱন ধাৰণৰ সূচলতা বৃদ্ধি আৰু দেশৰ মধ্যবিত্ত শ্ৰেণীৰ সৱলীকৰণৰ বাবে নৰদ্ৰে মোদী চৰকাৰে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। তৃতীয়টো কাৰ্যকালৰ প্ৰথম ১০০ দিনত চৰকাৰে প্ৰধানমন্ত্রী আবাস যোজনা-নগৰীয়াৰ অধীনত ১০০ কোটি বাসগৃহ নির্মাণত অনুমোদন...