October 29, 2025 8:22 PM October 29, 2025 8:22 PM
35
সজাগতা বৃদ্ধিৰ লক্ষ্যৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগৰ মকড্রিল কাৰ্যসূচী
ৰাষ্ট্ৰীয় বিদ্যালয় সুৰক্ষা নীতি, ২০১৬ৰ অংশ হিচাপে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত ৰাজ্যৰ ৩৫ খন জিলাৰ এহেজাৰ ৯৩৬ খন বিদ্যালয়ত দুর্যোগ প্রস্তুতি আৰু এই ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে মকড্রিল কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। গোলাঘাট জিলাৰ ৮৭ খন বিদ্যালয়ত এই কার্যসূচী সফলতাৰে সম্পন্ন কৰা হয়। জিলাখনৰ বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অতিৰিক্ত জিলা আয়ুক্তই উদ্বোধন কৰা এই কাৰ্যসূচীত ৰাজহ চক্ৰ বিষয়া, জিলা প্ৰকল্প বিষয়া, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ ক্ষেত্র বিষয়া, অগ্নি নির্ব...