March 18, 2025 12:55 PM
নতুন দিল্লীত প্রধানমন্ত্ৰী ইণ্টাৰ্নশ্বিপ আঁচনিৰ বাবে এটা ম’বাইল এপ মুকলি
কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি নতুন দিল্লীত প্রধানমন্ত্ৰী ইণ্টাৰ্নশ্বিপ আঁচনিৰ বাবে এটা ম'বাইল এপ মুকলি কৰে। এই এপটোৱে সহজসাধ্য পথ নিৰ্দেশনা, আধাৰৰ জৰিয়তে পঞ্জীয়ন আৰু ...