August 25, 2025 9:33 PM
আই আৰ ই ডি এৰ সৈতে নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্রালয়ৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ
নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্রালয়ে আজি নতুন দিল্লীত ভাৰতীয় নৱীকৰণযোগ্য শক্তি উন্নয়ন সংস্থা আই আৰ ই ডি এৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই বুজাবুজিৰ চুক্তিত ২০২৫-২৬ বিত্ত...