July 2, 2024 12:59 PM

views 26

লণ্ডনৰ অল ইংলেণ্ড ক্লাবত চলিত বৰ্ষৰ উইম্বলডন টেনিছ চেম্পিয়নশ্বিপ আৰম্ভ

লণ্ডনৰ অল ইংলেণ্ড ক্লাবত কালিৰে পৰা চলিত বৰ্ষৰ উইম্বলডন টেনিছ চেম্পিয়নশ্বিপ আৰম্ভ হৈছে। প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ শীৰ্ষ বাছনিপ্ৰাপ্ত খেলুৱৈ ইটালীৰ জেনিক চিনাৰে প্ৰথম ৰাউণ্ডত জাৰ্মানীৰ য়ান্নিক হাফমেনক ৬-৩, ৬-৪, ৩-৬, ৬-৩ ছেটত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। ইয়াৰ পূৰ্বে প্ৰথম ৰাউণ্ডত নৰৱেৰ অষ্টম বাছনিপ্ৰাপ্ত কেচপাৰ ৰুডে অষ্ট্ৰেলিয়াৰ এলেক্স বটৰ বিৰুদ্ধে ৭-৬, ৬-৪, ৬- ৪ ছেটত বিজয় সাব্যস্ত কৰে। একেদৰে প্ৰথম ৰাউণ্ডত কানাডাৰ ডেনিছ ছাপ’ভালভে চিলিৰ নিক’লাছ জেৰিক ৬-১, ৭-৫, ৬-৪ আৰু বুলগেৰিয়া...